অসমীয়া শব্দ অৰ্থ 2022 || অসমীয়া শব্দ অৰ্থ কি

অসমীয়া শব্দ অৰ্থ 2022 শব্দৰ ৰূপ: বহুবচন, তৃতীয় ব্যক্তি একক বৰ্তমান ৰখা উত্তেজনাপূৰ্ণ শব্দ, অসমীয়া শব্দ অৰ্থ 2022 বৰ্তমানৰ অংশগ্ৰহণকাৰী শব্দ. এটা ভাষাৰ স্থানীয় ভাষীসকলে সাধাৰণতে ভাষাটোৰ আটাইতকৈ সৰু আইচোলেবল অৰ্থপূৰ্ণ উপাদান হিচাপে গণ্য কৰা বক্তৃতা বা লিখাৰ এটা একক, অসমীয়া শব্দ অৰ্থ 2022 যদিও ভাষাবিদসকলে এইবোৰক অধিক ৰূপ সম্পৰ্কিত বিশেষণলৈ বিশ্লেষণ কৰিব: শাস্ত্ৰীয়, মৌখিক.

অসমীয়া শব্দ অৰ্থ 2022

অ শব্দ অৰ্থ

অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
অৱহেলা- আওহেলা, অনাদৰ
অনুপ্ৰাণিত- উৎসাহিত
অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব পৰা নাযায়
অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
অসহনীয়- অসহ্য
অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
অনিষ্ট- হানি, ক্ষতি, অপকাৰ
অলেখ- লেখ বা গণনা কৰিব নোৱাৰা, অসংখ্য, বিস্তৰ, বহুত
অব্যাহত- অবাধ, বাধাহীন, অনগল
অঞ্চল- কোনো এক ভৌগোলিক পৰিসীমাৰ বিশেষ খণ্ড, এলেকা; বিশেষ ভূখণ্ডৰ কোনো এটা ভাগ
অনুষ্ঠান- সভা, অধিৱেশন, বৈঠক; শাস্ত্ৰীয় ক্ৰিয়া-কম, উৎসৱাদি
অভিমুখে- ফালে, দিশে
অস্ত- মাৰ যোৱা, তললৈ নামি নেদেখা হোৱা
অক্ষিপট- চকুৰ মণিৰ ভিতৰৰ ফালে থকা মিহি ছাল
অখাদ্য – খোৱাৰ অনুপযোগী
অনায়াসে – অলপ চেষ্টাতে, সুকলমে, সুগমে
অনুসৰি – সেইমতে, অনুযায়ী
অংকন- অঁকা কায
অঞ্জলি- আঁজলি
অনুক্ৰম- যথাক্ৰম
অগণিত- গণনা কৰিব নোৱাৰা
অঁকৰা- বোধশক্তিহীন
অগস্ত্য- এজন ঋষিৰ নাম
আগ-ভেটা- বাধা প্ৰদান
অকাযকৰী- কাৰ্যকৰী নোহোৱা
অকস্মাৎ- হঠাৎ
অকণমান- অলপ বা সৰু
অংগীকাৰ- প্ৰতিজ্ঞা
অণুবীক্ষণ- খালী চকুৰে দেখা নোপোৱা বস্তু এটা দেখা পোৱা যন্ত্ৰ।
অগ্নিবাণ- পৌৰাণিক যুদ্ধাস্ত্ৰ- বিশেষ
অংগীভূত- অংগৰূপে অন্তৰ্ভুক্তি ঘটা
অতলস্পশ- চলি ঢুকি নোপোৱা, বৰ দ
অকালপক্ক- অকালতে পকা
অনুপ্ৰেৰণা – উৎসাহ, উদ্গনি
অন্বয় – সম্বন্ধ, সংযোগ
অভিমুখী – দিশে, ফালে
অভিভূত – বিহুৰ, তলত হেৰোৱা
অজন – চেষ্টা কৰি পোৱা, আহৰণ কৰা
অৱদান – মহৎ কাম, সকলোৱে প্ৰশংসা কৰা কাম, দান বা বৰঙণি
অব্দ – বছৰ
অহংকাৰ – গব, ইদপ, নিজক ডাঙৰ বা শ্ৰেষ্ঠ বুলি ভবা
অসীম – সীমা নথকা, অশেষ
অমাতাৰ মাত- আধাফুটা মাত, শুনিবলৈ শুৱলা মাত
অৱহেলা- আওহেলা, অনাদৰ
অনুপ্ৰাণিত- উৎসাহিত
অন্যতম- বহুতৰ ভিতৰত বিশেষ এজন বা এটা
অমূল্য- যাৰ মূল্যৰ সীমা নাই, যাৰ উচিত মূল্য বা বেচ দিব পৰা নাযায়
অবিৰাম- বিৰামহীন, নেৰা-নেপেৰা
অসহনীয়- অসহ্য
অলেখ- লেখহীন বা গণনা কৰিব নোৱাৰা, অসংখ্য
অনিষ্ট- হানি, ক্ষতি, অপকাৰ

আ অসমীয়া শব্দ অৰ্থ

আখ্যা – নাম, উপাধি, সংজ্ঞা, খিতাপ
আগচি – আগভেটি ধৰি, যোৱাত বাধা দি, আগুৰি ধৰি
আগলি – আগ বা মূৰৰ ভাগ
আঘাত – প্ৰহাৰ, মাৰ, কোব
আদেশ – হুকুম, আজ্ঞা
আন্দোলন – কোনো সমূহীয়া দাবী পূৰণৰ বাবে ঐক্যবদ্ধ হৈ কৰা বিক্ষোভ
আমুৱা – হেঁপাহ নাইকিয়া, ভোগ কৰিবলৈ অনিচ্ছা
আৱৰণ – গছৰ ছাল, ফল আদিৰ ভিতৰত থকা অতি মিহি সূতাৰ নিচিনা বস্তু
আপুৰুগীয়া- দুৰ্লভ, আটকীয়া
আকাৰ- আকৃতি, গঢ়, গঠন
আমোলমোল- মলমলীয়া গোন্ধযুক্ত, সুৱাসিত
আখ্যান- কাহিনী, উপাখ্যান, সাধুকথা
আবদাৰ- গভীৰ আৰু পৰিপূৰ্ণ মৰম, মৰম লগোৱা কাম, অসংগত দাবী
আউল-বাউল – বিশৃংখল, সানমিহলি

ক অসমীয়া শব্দ অৰ্থ

১. কামনা – বাঞ্ছা ।
২. কীৰ্তি চিহ্ন – নাম উজলাই ৰখা চিহ্ন/কাম/সজকাম
৩. কুণ্ঠাবোধ – লাজকৰা ।
৪. কেঁকো-জেকোকৈ – গধূৰ বস্তুৰ ভৰত বেঁকা হৈ বা কুঁজা হৈ
৫. কোণ – চুক
৬. কোৱা – মতা কাউৰী ।
৭. কাটন- চোকা, তীক্ষ্ণ
৮. কেৰামতালি- বল বা পৰাক্ৰম দেখুৱাই কৰা অহংকাৰ, শক্তি মন্ত্ৰৰ ৯. আচৰণ বা স্বভাৱ
১০. কেও- কোনো, কোনো এটাও
১১. ককৰ্থনা – তিৰস্কাৰ, গালি, নিন্দা ।
১২. কনিষ্ঠ – বয়সত সৰু ,পাছত ওপজা ।
১৩. কৰকৰা – শুকান ।
১৪. কমনিষ্ঠা – একান্তভাৱে কাম কৰাৰ ইচ্ছা ।
১৫. কমৰত – কাম কৰি থকা ।
১৬. কমস্পৃহা – কাম কৰাৰ প্ৰবল ইচ্ছা
১৭. কলৰৱ – কোহাল, বহুতে কৰা হাই- উৰুমি
১৮. কক্ষ – কোঠালি ।
১৯. কাৰিকৰী – শিল্প – সম্বন্ধীয়, শৈল্পিক ।(২)যান্ত্ৰিক
২০. কুন্ধি – নাৱৰ ভিতৰৰ খোটালি ।
২১. কৃতঘ্ন – অপকাৰী ।
২২. কৃতজ্ঞতা – আনে কৰা উপকাৰৰ শলাগ লোৱা কায
২৩. কৃতিত্ব – কামত পাগতালি , কাযদক্ষতা
২৪. ক্লান্তি – ভাগৰ, অৱসাদ
২৫. কংকণ- অলংকাৰ-বিশেষ ।
২৬. কপাল- মূৰৰ সন্মখৰ চুলিহীন অংশ, ভাগ্য।
২৭. কপাহ- এবিধ গছ আৰু তাৰপৰা পোৱা আঁহ।প
২৮. ককাইদেউ- সৰুৱে ডাঙৰক কৰা মান্য সম্বোধন।
২৯. কঁকাল- তপিনা আৰু পিঠিৰ মধ্যভাগ
৩০. কঁকিলা- এবিধ মাছ।
৩১. কঙালী- অতি দৰিদ্ৰ অৱস্থা কাতি বিহু।
৩২. কচুৰি- আটা বা ময়দাৰ ফোঁপোলা লাৰুৰ ভিতৰত দাইল, মচলা ৩৩. আদিৰ পূৰ দি ঘিউত ভজা খাদ্য-বিশেষ।
৩৪. কচৰত- অনুশীলন ।
৩৫. কটাৰী- কোনো বস্তু কাটিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰপাতি ।
৩৬. কটাহি- কেৰাহিকৈ চোৱা কাৰ্য।
৩৭. কঁটীয়া- বয়স অনুযায়ী ঠিকমতে নবঢা।
৩৮. কটূক্তি – বেয়া মন্তব্য ।
৩৯. কঁঠাল- এবিধ ফল ।
৪০. কতীয়া- চাপৰ – চুটি ।
৪১. কঠীয়া- সঁচ, ধানৰ পুলি, একঠা ধৰা(পাত্ৰ)।
৪২. কনক- সোণ।
৪২. কনিষ্ঠ- বয়সত আটাইকেইজনকৈ সৰু।
৪৩. কন্যা- ছোৱালী সন্তান ।
৪৪. কণ্টকাৰি- কোটাহিবেঙেনা আৰু তাৰ গছ।
৪৫. কণ্ঠ- টেটু, মানুহৰ মাত।
৪৬. কণ্ঠ্যবণ- যি ধ্বনি (বণ) কণ্ঠৰপৰা উচ্চাৰিত হয়।
৪৭. কঁতৰা- আষলশলাই ধৰি থাকিবলৈ ঢেঁকীৰ নেজৰ ফালে দুইকাষে ৪৮. পুতি দিয়া খুঁটা।
৪৯. কতীয়ৰি- চুকিয়া-চুকিকৈ বৈ দিয়া চকোৱা।
৫০. কতৃত্ব- প্ৰভুত্ব, শাসনৰ ক্ষমতা
৫১. কদাপি- কেতিয়া্ও
৫২. কনুৱা- এজাতি মাছ থোৱা চৰাই
৫৩. কন্দলী- বিশেষ – উপাধি ।
৫৪. কঁপনি- জিকাৰ খোৱা কায্য
৫৫. কপাহী- কপাহৰ পৰা প্ৰস্ত্তত
৫৬. কপিলাৱাস্ত্ত – বুদ্ধদেৱৰ জন্মস্হান
৫৭. কৱচ- ৰনুৱাই পিন্ধা ধাতুৰ আৱৰন
৫৮. কমৰনী- কমাৰৰ পত্নী ।
৫৯. কমতি- সমিতি ।
৬০. কৰঙন- উৰু ।
৬১. কৰচলি- হেঁতা
৬২. কৰতিয়াল – কৰতেৰে কাঠ ফলা মানুহ ।
৬৩. কৰপুট- কৰযোৰ
৬৩. কৰৱী – এবিধ ফুল আৰু তাৰ গছ
৬৪. কৰায়ও- হস্তগত কৰা
৬৫. কৰ্কেথনা- বেয়া কথাৰে গৰিহণা দিয়া কাৰ্য ।
৬৬. কটু – শুনিবলৈ বেয়া ।
৬৭. কপূৰ- সুগন্ধি- বিশেষ
৬৮. কলাসুলভ –কলাৰ বৈশিষ্য ।
৬৯. কলী- কলা বৰনৰ ।
৭০. কলীয়া –কলা বৰনৰ ।
৭১. কলৈ- কোন ঠাইলৈ
৭২. কল্যানীয়াসু – স্নেহভাজন (স্ত্ৰী খাটে)
৭৩. কল্যানী –সৌভাগ্যৱতী
৭৪. কবৰ- সমাধি ।
৭৫. কবল- শস্তিপ্ৰভাৱ
৭৬. কহাৰ- কাঁহৰ বচন বতন গঢোতা
৭৭. কাচ- আইনা , অভিশপ্ত ।
৭৮. কাঁইটীয়া তাঁৰ – জোং থকা তাঁৰ
৭৯. কাশলা – এবিধ সৰু সাপ
৮০. কাহ- ডিঙিত সুৰসুৰনি উঠা ৰোগ- বিশেষ
৮১. কাউ- বাউ – আকুল হৈ কৰা অনুৰোধ
৮২. কাকতালীয় – পৰস্পৰ সম্পকহীন, কিন্ত সম্পক থকা যেন লগা (ঘটনা)
৮৩. কাকতি- উপাধি বিশেষ
৮৪. কাকিনি- বয়স চৰা (কাকিনি তামোল)
৮৫. কাকূতি- অতি বিনয়েৰে কৰা প্ৰাৰ্থনা ।
৮৬. কাকৈশিৰা- গোবৰ খুচৰি ফুৰা এবিধ চৰাই ।
৮৭. কাচলি-পুৱাৰ কোমল ৰদ ৰহি ।
৮৮. কাচিয়লি-পুৱাই ওলাই অহা কোমল ৰদ
৮৯. কাচল- পিন্ধা কাপোৰৰ ওলমি থকা অংশ
৯০. কাছাৰী- আদালত, চৰকাৰী কাৰ্যালয়
৯১. কাঠগৰা- আদালতত জাবানবন্দী দিয়া কাঠৰ ঘেৰ
৯২. কাঠচিতীয়া- নিমৰমিয়াল,নিস্ঠুৰ প্ৰকৃতিৰ
৯৩. কাথবৰা- এটা উপাধিৰ নাম ।
৯৪. কাথবৰুৱা – এক বিশেষ উপাধি ।
৯৫. কাঠবাঁজী- সন্তান জন্মনোহোৱা মহিলা ।
৯৬. কাঠী- কাঠ, বাহৰ চেপেটা শলা, চাবি
৯৭. কাঠীচেলেকা- মিছা বদনামৰ দায়ী ।
৯৮. কানমাৰী- ভাৰ কঢিয়াবলৌ ব্যৱহত মাৰি
৯৯. কানযুৰীয়া- সমান বয়সৰ
১০০. কাণসাৰ- মনোযোগ দিয়া কায
১০১. কাণসতা- গালৰ পিছফাল আৰু কুমৰ তলৰ ঠাই
১০২. কাণ- মানুহৰ এবিধ ইন্দ্ৰিয় ।
১০৩. কানি- এবিধ ৰাগিয়াল বস্তু ।
১০৪. কানু- ঈশ্বৰ ।
১০৫. কাণিমুনি- পোহৰ হ’বলৈ বাকী থকা সময়খিনি ।
১০৬. কানীয়া- কানি খোৱাৰ অভ্যাসযুক্ত
১০৭. কান্দা- বেজাৰতে চকুৰপৰা ওলোৱা এবিধ পানী ।
১০৮. কান্ধুলী- এবিধ কাঁইটযুক্ত মাছ ।
১০৯. কাবাদী- এবিধ মনোৰঞ্জনদায়ক খেল ।
১১০. কাবুলী- কাবুল দেশৰ মানুহ, কাবুল-সম্পকীয়
১১১. কাবেৰী- দক্ষিণ ভাৰতৰ এখন নদী
১১২. কামসূত্ৰ- এখন প্ৰাচীন কামশাস্ত্ৰ
১১৩. কামিনী- সুন্দৰী তিৰোতা, এবিধ ফুল
১১৪. কামিজ- মূৰেদি সুমুৱাই পিন্ধা হাত দীঘল চোলা
১১৫. কাৰচাজি- টেঙৰালি, কৌশলপূণ কু-বুদ্ধি
১১৬. কাৰিকৰী- কাৰু শিল্প-সম্পকীয়,যন্ত্ৰাদি-সম্পকীয়
১১৭. কাযকলাপ- বিভিন্ন কাম কাজ
১১৮. কাযাধ্যৰক্ষ- প্ৰতিষ্ঠানৰ মুখ্যদায়িত্বশীল ব্যক্তি
১১৯. কালিচৰণ- এটাপুৰুষবাচক নাম
১২০. কালিদাস- এজন প্ৰসিদ্ধ সংস্কৃত কবি
১২১. কাব্য- ভাবাপ্ৰধান আৰু ৰসযুক্ত বাক্যসমৃদ্ধ ৰচনা
১২২. কাশ্মীৰী- কাশ্মীৰ-সম্পকীয়
১২৩. কাহ- এবিধ সংকৰ ধাতু, সেই ধাতু বাদ্য
১২৪. কাহী- বাচন-বশেষ
১২৫. কাঢনী- সিজোৱা ধান কঢা হেতা
১২৬. কায়থেলী- এবিধ প্ৰাচীন অসমীয়া লিপি
১২৭. কীট- সৰু পোক, কৃমি
১২৮. কিংকতব্যবিমূঢ- দোধোৰ- মোধোৰ অৱস্থাত পৰা
১২৯. কিংবদন্তি, কিম্বদন্তি- জমশ্ৰতি
১৩০. কিম্ভূতকিমাকাৰ কদয চেহেৰাৰ
১৩১. কিৰীটি- মূৰৰ সৌন্দৰ্য বা নানান ৰাস – ভাওঁনাত মূৰত মৰা এবিধ মুকুট ।
১৩২. কিৰীলি- আনন্দতে কৰা চিঞৰ-বাখৰ
১৩৩. কিশলয়- কুহিপাত
১৩৪. কৃতিত্ব-সকলো দিশতে পাৰ্গত .
১৩৫. কীতি – ভালখ্যাতি অৰ্জন কৰা ।
১৩৬. কুকুৰনেচীয়া – এবিধ বনৰীয়া জন্ত।
১৩৭. কুচকাৱাজ – সৈনিকৰ অনুশীলন
১৩৮. কূজন – পক্ষীৰ কলৰৱ ।
১৩৯. কূটনীতি – বেয়া নীতি ।
১৪০. কুটীৰ – সৰু ঘৰ ।
১৪১. কুন্ঠা – লাজকৰা ।
১৪২. কুমটীয়া-হাতৰ ছাল ছিঙি যোৱা এবিধ ৰোগ ।
১৪৩. কুমটি – এবিধ পোক ।
১৪৪. কূম- কাছ , এবিধ সৰিসৃপ প্ৰাণী ।
১৪৫. কুৱলী – শীতকালত ভাহি থকা জলীয় বাষ্প
১৪৬. কুশীলৱ- নাটকৰ কলা – কুশলী
১৪৭. কুঁহিলা- পানীৰ তলত থকা উদ্ভিদ ।
১৪৮. কূটাঘাট- হিংসাতে কৰা বেয়াকাম ।
১৪৯. কুলা- ধান আদি জৰা যতৰ
১৪০. কৃচ্ছ্ৰ- অধিক কষ্ট ।
১৪১. কৃপন- খৰছ কৰিব নিবিচৰা লোক ।
১৪২. কৃপনালি- খৰছ কৰিবলৈ নিবিচৰা লোকৰ স্বভাৱৰ ।
১৪৩. কৃষাক – খেতি কৰা লোক ।
১৪৪. কৃষিজীৱি- কৃষিৰ ওপৰত ভৰষা কৰা লোক ।
১৪৫. কৃষ্ণচুডা – ৰঙা ৰঙৰ ফুল ফুলা এবিধ বৃহত গছ ।
১৪৬. কেঞা- সৰু ।
১৪৭. কেচুমূৰীয়া- অশৰোগ ।
১৪৮. কেও- কোনো এজনো ( নেতিবাচক অথত)
১৪৯. কেৱলীয়া – উদাসীন বৈষ্ণৱ
১৫০.কেঁকো- গেঁথো- অনিচ্ছৰ ভাব দেখুৱা কাৰ্য
১৫১. কেঁচা- পকি নথকা অৱস্থা ।
১৫২. কেঁচু – এবিধ দীঘল বলয়ী প্ৰানী
১৫৩. কেটাহি- ঘাঁহ – বনত লাগি থকা খিছুমান দুগন্ধযুক্ত পদাৰ্থ ।
১৫৪. কেটেলা পহু- ঠৰঙা কাইত থকা এবিধ সৰু জন্ত
১৫৫. কেথলিক- খ্ৰীষ্টান ধমৰ এটা ভাগ
১৫৬. কেতেকী – ফুল – বিশেষ , সৰু চৰাই বিশেষ
১৫৭. কেতকলি- নিচেই কুমলীয়া আৰু ৰস নথকা
১৫৮. কেটেৰা – ককশ বা হুটা মাট কথা
১৫৯. কেটেৰাই – তিতা মাতেৰে ।
১৬০. কেনা- আসোৱাহ, খুঁট
১৬১. কেন্দ্ৰক- কেন্দ্ৰ- সম্পকীয়
১৬২. কেইবাদিন- কেইদিনমান
১৬৩. কেৰানী- কাযালয়ত দখাস্ত আদি লিখা কমচাৰী
১৬৪. কেৰেচীয়া – দুষ্ট প্ৰকৃতিৰ (মানুহ, জন্ত)
১৬৫. কেৰালা – এখন শিক্ষিত ৰাজ্য ।
১৬৬. কেলেংকাৰি- কলংক , অপযশ
১৬৭. কেৱল, মাত্ৰ – মাথো
১৬৮. কোঠালি- বেৰেৰে পৃথক কৰা ঘৰৰ একোটা ভাগ
১৬৯. কোপাৱিষ্ট- খঙত কিকৰু কি নকৰু কৈ থকা অৱস্থা ।
১৭০. কোৰান- ইচলাম ধৰ্মৰ গ্ৰন্থ ।
১৭১. কৌতূহল – উতসুক ।
১৭২. ক্বাথ- ঔষধৰুপে ব্যৱহ্নত সিজোৱা ৰস
১৭৩. ক্ৰীম- গাখীৰৰপৰা প্ৰস্তুত কৰা এবিধ খাদ্য ।
১৭৪. ক্ৰটি- আসোঁৱাহ বা খুত ।
১৭৫. ক্ৰুধ – খঙ ।
১৭৬. ক্ৰোধান্বিত- খঙত থকা অৱস্থা ।
১৭৭. কাচিং- কেতিয়াবা ।
১৭৮. কুষ্মাণ্ড- কোমোৰা , চঞ্চল আৰু দুষ্ট প্ৰকৃতিৰ লোক
১৭৯. কৰ্মযোগী – যোগীৰ দৰে একান্তমনে কৰ্ম কৰা লোক ।
১৮০কৰ্মস্পৃহা – কামৰ প্ৰতি ধাউতি বা আসক্তি ।
১৮১কৰ্মপটু – কামত পাকৈত ।
১৮২কৃতিত্ব- কাৰ্যদক্ষতা , কীৰ্তি , সুকৃতি ।
১৮৩কায়িক – শাৰীৰিক ।
১৮৪কাণ ছোৱাই – কাণত পেলাই ।
১৮৫কায়িক – দৈহিক ।
১৮৬কুন্ঠাবোধ – দ্বিধাবোধ ।
১৮৭কাপুৰুষ – অধম মানুহ ।
১৮৮ কোঢ়াল – কোৰ্হাল ।
১৮৯ কলা লৰা – মানুহ জনৰ বা ব্যক্তি জনৰ বৰণ ক’লা

খ অসমীয়া শব্দ অৰ্থ

১. খদ্দৰ – হাতে কটা সূতাৰে বোৱা কাপোৰ
২. খৰধৰকৈ – বেগাই, ততাতৈয়াকৈ
৩. খঁৰাশিয়াল – নেজকটা বা নামমাত্ৰ নেজ থকা শিয়াল
৪. খেতি-বাতি – খেতিকাৰা, কৃষি কৰ্ম
৫. খেতিয়ক – খেতিকৰা লোক, কৃষক
৬. খুঁত – ছিদ্ৰ, দোষ
৭. খোলা – কোনো কোমল বস্ত্ত বেৰি ৰখা ঠান
৮. আৱনৰ। (২)চৰুবা তাৰ ভগা খন্দ্
৯. খ্যাতিসম্পন্ন – যশস্যাযুক্ত,বিখ্যাত
১০. খাওন্দ – বিশেষ উপাধি।
১১. খৰপোচ – বেগেৰে ।
১২. কাচি – এবিধ কুহিঁয়াৰ নিচিনা উদ্ভিদ ।
১৩. খৰিকাঁজাই – এবিধ বগা ৰঙৰ সুঁগন্ধিযুক্ত ফুল ।
১৪. খৰালী – ঠাণ্ডাৰ দিন ।
১৫. খতম – শেষ ।
১৬. খঙীয়া – খঙাল ।
১৭. খৰচ – ব্যয় ।
১৮. খহতা – মসৃম নোহোৱা ।
১৯. খতি – অনুপষ্ঠিতি ।
২০. খচক – ভৰিৰে গচকা ।
২১. খৰাহী – বাঁহৰ কাঠীৰ সৰু যতন ।
২২. খটকটি – চিৰি ।
২৩. খাজনা – মাটিৰ কৰ ।
২৪. খাটনিয়াৰ – বিশেষ উপাধি ।
২৫. খঁৰানকা – চুট নাকৰ ।
২৬. খণ্ডপুচ্ছ – খঁৰা নেজ থকা ।
২৭. খবৰ – খাতি – খবৰ – বাতৰি ।
২৮. খচ্চৰ – ঘোঁৰা আৰু গাধৰ মিলনত যাৰ জন্ম হয় ।
২৯. খুঁটি – সৰু সৰু চাপৰ খুঁটা ।
৩০. খুতৰা – খুতুৰা ।
৩১. খিচিৰি – চাউল
৩২. খুঁত – ক্ৰুতি ।
৩৩. খাৰমি – খাৰ ছেকি উলিওৱা পানী ।
৩৪. খাঁটি – ভেঁজাল নোহোৱা ।
৩৫. খাদী – খদ্দৰ ।
৩৬. খাৰলি – বটা সৰিয়হৰ লোণ ।
৩৭. খুটি – নাটী – সৰু – সুৰা দোষ ।
৩৮. খৰণিচটা – খাৰণি ছেকাৰ পাছৰ ছাইৰ ছপৰা ।
৩৯. খামুচি – খামুচ মাৰি ধৰা ।
৪০. খামুচীয়া – লাহী ।
৫০. খাদ্যভ্যাস – খাদ্যৰ তালিকা ।
৫১. খীৰতী – গাখীৰ দিয়া ।
৫২. খুচ – সুখী ।
৫৩. খুঁটা – থিয়কৈ পোতা কাঠ ।
৫৪. খামতি – বিশেষ জনজাতি ।
৫৫. খাৰঘুলি – আহোৰ ৰজাৰ দিনৰ দুৰ্গম ঠাইত থকা খাৰ – বাৰুদৰ ৫৬. ভাণ্ডাৰ ।
৫৭. খাটনি – প্ৰাৰ্থনা ।
৫৮. খাটোতা – কাটনি ধৰোতা ।
৫৯. খাটাং – নিশ্চিত ।
৬০. খাতিৰ – অনুৰোধ ।
৬১. খুব – বৰকৈ ।
৬২. খেৰ – কুটা – খেৰ ।
৬৩. খুটিতাল – মাজৰ খোল অংশ নথকা ইবিধ তাল ।
৬৪. খ্যাতিমন্ত – ধন – সম্পদ থকা ।
৬৫. খোজনীয়া – মাগি খাওতা ।
৬৬. খোতালি – কোঠা।
৬৭. খুলখালী – পত্নীৰ ভ্ৰাতৃ ।
৬৮. খুপৰি – মূৰ ।
৬৯. খোঁচনি – চুৰীয়া পিন্ধোতে কঁকালত খুঁচি সুমুৱা অংশ ।
৭০. খোলোচা – অলপো লুক – ঢাক নথকা ।
৭১. খোঁচাখোঁচি – পৰস্পৰে খোঁচা কাৰ্য ।
৭২. খেৰীঘৰ – খেৰে সজা গৃহ ।
৭৩. খেচাৰত – ক্ষতিপূৰণ ।
৭৪. খ্ৰীষ্ট – খ্ৰীষ্টান ধৰ্মৰ প্পৱৰ্তক যীশুৰ উপাধি ।
৭৫. খোজোতাং – আনৰ ওচৰত হাত পতা ।
৭৬. খুৰীবাটি – খুৰা নথকা বাটি ।
৭৭. খেঁকাৰ – ডিঙিৰ পৰা ওলোৱা এবিধ বিজলুৱা পদাৰ্থ ।
৭৮. খুহুতীয়া – ধেমেলীয়া ।
৭৯. খ্য়াত ( খিয়াতি ) – যশস্য়া ।
৮০. খৰতকীয়া – কামত খৰ , শীঘ্ৰে কৰিব পৰা ।
৮১. খয়- শেষ, সীমা ।
৮২. খৰচীয়া- খৰচি মৰা ।
৮৩. খচ্ মচ্ – মানে শুকান পাতৰ নিচিনা বস্তু লৰিলে হোৱা শব্দ।
৮৪. খচ্ খচ্ – মানে বালি মোহাৰিলে হোৱা নিচিনা শব্দ।
৮৫. খটং – মানে কোনো টান বস্তু ইটোয়ে আনটো খোন্দা মাৰিলে হোৱা শব্দ।
৮৯. খণ্ডিত – মানে যিকোনো এটা বস্তু নষ্ট কৰা।
৯০. খনিকৰ – মানে মাটিৰ মূৰ্ত্তি সাজোতা যন।
৯১. খন্দ- মানে খেতি কৰা এটা বতৰ।
৯২. খন্তক – মানে অলপ বেলি।
৯৩. খচক – মানে গচকা।
৯৪. খদ্যোত – জোনাকী পৰুৱা।
৯৫. খদমদম – মানে সোনকালে।
৯৬. খদাবান – মানে বহল মুখৰ বান বাটি।
৯৭. খনা – মানে আনৰ হাতে খন্দোৱা।
৯৮. খৰ্ – মানে বেগাই যোৱা।
৯৯. খৰগ – মানে গঁড়ৰ শিং
১০০. খবিচ – সম্পূৰ্ণ

Assamese Related Search

অসমীয়া শব্দ অৰ্থ,
অসমীয়া শব্দ অৰ্থ খোৰাক,
অসমীয়া শব্দ অৰ্থ কি,
অসমীয়া শব্দ অৰ্থ বয়োজ্যেষ্ঠ,
অসমীয়া শব্দ অৰ্থ বেবেৰিবাং,
অসমীয়া শব্দ অৰ্থ অপেক্ষা,
অসমীয়া শব্দ অৰ্থ প্ৰাপ্তবয়স্ক,
অসমীয়া শব্দ অৰ্থ মণ্ডপ,
অসমীয়া শব্দ অৰ্থ প্ৰতিবন্ধক,
অসমীয়া শব্দ অৰ্থ ব,
অসমীয়া শব্দ অৰ্থ,
অসমীয়া শব্দ অৰ্থ স,
অসমীয়া শব্দ অৰ্থ নিৰক্ষৰ মানে কি,

Leave a Comment