অসমীয়া whatsapp status | Assamese whatsapp status 2022

অসমীয়া whatsapp status –  অসমীয়া ষ্টেটাছ লৈ আহিছো, আশা কৰোঁ আপোনালোকৰ এই Assamese Status সমূহ ভাল লাগিব। Short Assamese Whatsapp Status.

অসমীয়া whatsapp status

1: চকুলোৰে মালা গাথি ডাৱৰে হেন্দোলনি তুলিছে আকাশত

2: মনৰ বজাৰত ধনৰ মূল্য জোখা নহয়,  প্ৰেম হৈ গলে ৰূপৰ মূল্য জোখা নহয়,  মাথোঁ এজনকে সপি দিয়া জীৱনৰ সমস্ত,  কিয়নো পচন্দ হোৱা কোনো বস্ত্তৰ মূল্য জোখা নহয় ।

3: চকুলোৰে মালা গাথি ডাৱৰে হেন্দোলনি তুলিছে আকাশত

4: জীৱনৰ এটি গভীৰ সত্য হল ‘শূন্যতা’ |সকলোৱে পৃথিবীত জনম লৈ শূন্যতাৰ সৈতে |কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই শূন্যতা ভৰি পৰে কিছুমান মৰিচিকা সদৃশ আশাৰে , যাৰ পিছে পিছে আমি গোটেই জীৱন দৌৰি ফুৰো | কিন্তু সেই আশা কেতিয়াও বাস্তবত পৰিণত নহয় |আৰু অবশেষত আমি ভাগৰি পৰো |বাৰিষা প্ৰচণ্ড ৰূপ ধৰি থকা নৈখনো খৰালি শান্ত হৈ পৰে| তেনেদৰে আমিও সোণৰ হৰিণ খেদি খেদি কেতিয়াবা ইমানেই ক্লান্ত হৈ পৰোঁ যে সকলো অৰ্থহীন যেন বোধ হয় |

5: এটি কণমানি ঘৰ, এটি দুটি কৰি কেইটিমান জোনাকি সপোন, আৰো বিছাৰো তোমাৰ উঠৰ এমুঠি হাঁহি… নাজানো তুমি এতিয়া ক’ত, কি তোমাৰ নাম, সাগৰিকা সংঘমিত্ৰা নে অপৰোপা, দুচকুৰ চিনাকি নাথাকিলেওঁ তুমি যে মোৰ একেবাৰেই আপোন ।। ভাল পাওঁ তোমাক নিকা হৃদয়েৰে, অপেক্ষাৰ উৰণি গুচাই তুমি আহা মোৰ কাষলৈ, নিচেই কাষলৈ.. এচমকা জোনাকহৈ ।

6: জীয়াই থাকিবলৈ তাই প্ৰেৰণা যোগালে, সুখী হৈ থাকিবলৈ তাই প্ৰাৰ্থনা কৰিলে, হে ভগবান, তুমি তাইক সকলো দিবা, যিয়ে মোক তাইৰ অন্তৰত ঠাই দিলে।

7: অাৰম্ভ হ’ল এক নতুন যাএা,অতীতক সোঁৱৰণিৰ সফুৰাত শুৱাইবতৰ্মানৰ অাধাৰত,ভৱিষ্যতৰ ছবি অকাৰ এক নতুন যাএা……

8: সচা কৈছজুবিন দাতই যুক্তিবাদিতই এটা যুগৰ নহয়তই অসমীয়াৰ ভবিষ‍্যতৰ পৰা ভবিষ‍্যৎ দিনবোৰতো হৈ থাকিবি প্ৰাণৱন্ত।

9: হৃদয়ত যেতিয়া মদৰ নিছা শিপাই গ’ল, হৃদয়ত দুখ সোমোৱা সকলো পথেই বন্ধ হৈ গ’ল, বিলাতি মদৰ নিছাই যেতিয়া মোৰ হৃদয় চুই গ’ল, তাইক নোপোৱাৰ বেদনা দেখোন চু-মন্তৰ হৈ গ’ল ।

10: পাতল হৈ পৰে বহুগুণে মনৰ দুখযেতিয়া সেয়া’তোমাৰ-মোৰ’ৰ পৰা গৈ আমাৰ হৈ পৰে…

11: শিক্ষক : কণটিলৌ কচোন এনে কিপ্রজাতিৰ প্রাণী আছে যিয়ে আকাশত উৰে কিন্তু মাটিত পোৱালি জন্ম দিয়ে? কণটিলৌ : এয়াৰহোষ্টেজ ছাৰ !


12:
 আন্বাৰ বাস্তৱে ৰিঙিয়াই মাতিবসপোনৰ আঁৰত সাজিব লাগিব ৰঙীণ স্বপ্ন এক অজান দেশত..

13: তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!

14: বৰষুণজাক অহা হলেই ভাল আছিলউটুৱাই দিলো হৈ দেহৰ স’তে মনৰো ঘাম..


15: নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন16: অাৰম্ভ হ’ল এক নতুন যাএা,অতীতক সোঁৱৰণিৰ সফুৰাত শুৱাইবতৰ্মানৰ অাধাৰত,ভৱিষ্যতৰ ছবি অকাৰ এক নতুন যাএা……17: সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক………

18: ম’দৰ নিছাত মন মতলিয়া কৰি নাজানো খালত কটালো কিমান ঘণ্টা, দুষ পাতলোৱাৰ বাবে আছে যানো অন্য কিবা পন্থা, ৰাজকিয় ম’দৰ ভাটিক লেকাম লগাবলৈ উলাই আহে নাৰী সন্থা, অসক্ত মদাহীৰ কাণত বাজে বিপদৰ ঘন্টা ।

19: ভালপোৱা বিক্ৰি হয় আৰু মৰমৰ নিলাম হয়, ভৰশাৰ হত্যাত নিহঙ্গ জীৱন সুলভ হয়, নিসঙ্গ জীৱনৰ লগৰী যেতিয়াই বাছি লোৱা হয়, তেতিয়াই সমাজত মদাহী নামেৰ আমাৰ চিনাকি হয় ।

20: Tumi Etiya Aanor, Hazar Nijok Bujaleo, Tomar Sobi Onoborote Aahi Mor Hiya Aaguri Thake, Poth Dekhua Probhu,   Ojanite Jate Bhul Hoy Najay!

21: নিজকে ইমান কষ্ট  নিদিবা যদি সেই কষ্টৰ ভৱিষ্যত একো মূল্য নাই.

22: যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

23: গাধ নং ৱান – মোৰ মালিকে মোক বৰ পিটে অ’…….! গাধ নং টু- তই পলাই নাযাৱ কিয়? গাধ নং ৱান- পলাই তো কেতিয়াবাই গলোঁ হয়, কিন্তু ভবিষ্যৎ উজ্জ্বল বাবেই যোৱা নাই! গাধ নং টু- তই এটা ভাল গাধ দেই..ইমান পিটন খোৱাৰ পিছতো উজ্জ্বল ভবিষ্যতৰ সপোন দেখিছ! গাধ নং ৱান- তই কি বুজি পাবি গাধ! মালিকৰ দিপলিপ ছোৱালীজনীয়ে দুষ্টালি কৰিলেই মালিকে কয়-” তোৰ বিয়া এই গাধটোৰ লগত পাতি দিম ৰ’…!”

24: এজাক বৰষুণ লাগে মোক! স্বাধীনতাৰ বৰষুণ! বৰষুণৰ টোপালে টোপালে নামি আহে স্বাধীনতা। নৈ ফেনে ফুটুকাৰে বাঢ়িলেও, নৈৰ গৰা খহি পৰিলেও বৰষুণৰ গতি ৰুদ্ধ নহয়., বৰষুণে কাকো কেৰেপ নকৰে। মোকো লাগে এজাক বৰষুণ। যাৰ স্বাধীনতাৰে উটুৱাই লৈ যাম শত শত পৰাধীনতাৰ গ্লানি!!

25: প্ৰকৃততে সেইসকলেহেপ্ৰেমৰ কোমল অনুভূতি বোৰকঅনুভৱ কৰিব পাৰে, যি সকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে কেৱল মাথো ভাল পাব হে জানে…

26: আমি একেখন নাৱৰে যাত্ৰীকিন্তু গন্তব্যস্থান বেলেগ….

27: তুমি ক’বা, প্রেম চিৰন্তনলগতে কঢ়িয়াই থাকে কিছু আশা, ভৰসা আৰু বিশ্বাস,প্রেম থকা মানেই বিষাদৰ এই ধৰণীতআমি এমুঠি সুখ অনুভৱ কৰিব পাৰো ।মই ক’ম, প্রেমে দিয়ে এই জগতত স্বৰ্গৰ অনুভুতিজোন-বেলি-তৰা থকা দিনলৈকে তোমাক মই প্রেম কৰি যাম,তেতিয়া তুমি কিছু ক্ষান্ত হৈ মোলৈ জনাবা“আই লাভ ইউ মাই জান” ।তেতিয়া মই ক’ম, প্রেমেই মোৰ বাবে জীৱনৰ উপনামবিষাদৰ নগৰীত প্রেমেই দিয়ে আনন্দৰ বৃষ্টিপাত !!

28: সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক……..

29: মোৰটো প্ৰেমৰ আছে অযুত কাহিনী, ভঙা নাঁও আৰু যেন গতিহীন পানী, এপাহ গোলাপ আছে কিতাপৰ মাজতে মৰহী, সেই গোলাপটো সোমাই আছে মোৰ ভালপোৱাৰ আন এক সমাধি ।

30: তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম , তুমি ক’লে সাগৰো সাতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম |

31: আকাশৰ উৰণীয়া নেজাল তৰা আৰু তোমাৰ সৈতে দেখা হোৱা একেই কথা, ফাগুনৰ মলয়াক চুমা যঁছাৰ যেন এক অসফল প্ৰছেষ্টা, এতিয়া যেন হৈ ৰৈছো অপাৰ সমুদ্ৰত এখন গৰাকী বিহীন তুলুঙা নাঁও, কেতিয়াবা যানো বুজিব পাৰিছা সেই যন্ত্ৰণাৰ গভীৰতা ।  তোমাৰ অপেক্ষাত নাজানো ক’তযে বসন্ত বাগৰিল, বুকুৰ মাজত ফুলিব ধৰা বকুল বোৰো যেন মৰহিব লাগিছে, কুঁৱলীৰ মাজত যেন সেৰোৱাই পেলাইছো তোমাৰ চিনাকি মুখ খন, এতিয়া নিজৰ বুলিবলৈ দুচকুত উলমি ৰৈছে মাঠো কেইতোপাল মান তপত অশ্ৰু ।

32: অাকিব মন তোমাৰ নামৰ জোনাকৰ চাকিগচিক হৃদয়ৰ ধূসৰিত পদূলিতঅাকিব মন তুমি নামৰ কবিতাটোক   উমলি ৰোৱা সেই পখিলাৰ জুমত কহুৱাৰে বৃষ্টিত সেই শুভ্ৰ ধূসৰিত সপোনজাকত অাকিব মন মাথো তোমাক

33: এই আধুনিক পৃথিৱীত সকলোকে আধুনিকতা লাগে !সকলোৱে আধুনিক হবৰ মন কৰে !সকলো আধুনিকতাৰ যাত্ৰী !কিন্তু মোৰ এটা অনুৰোধ আছে যাত্ৰী সকলৰ জন্যে,যিমানেই আধুনিক হওক কথা নাইকিন্তু “মৰম”ক আধুনিক নবনাব !!কাৰণ বৰ্তমানৰআধুনিক মৰমত কৃপনালী, স্বাৰ্থ…আৰু বহুতো নীচ কথাৰে ভৰি আছেযিবোৰ কথা মই মুখেৰে ব্যক্ত কৰাত মই অপাৰগ ।

34: মানুহে মোৰ বিষয়ে কি ভাৱে মই নাজানো  কিন্ত……..এটা কথাই জানো ….জীৱনটো নিজৰ        গতিকে…..নিজৰ মতেই চলিম।

35:মানুহে নিজৰ নজৰত ভাল হব লাগে , কাৰণ মানুহৰ নজৰত টো ভাগবানো বেয়া ।

36: ভঙা হৃদয়ৰ উচুপনিধুলিময় পথৰ ওপৰত,সৌৱা কি দেখিছো মোৰ হৃদয়খনচোনভাঙি টুকুৰা-টুকুৰ হৈ পৰি আছে!অগণন মানুহ অহা যোৱা কৰিলে বহু মানুহে ৰৈ চালে;কিছু মানুহে তেজেৰে লিপ্ত হৃদয়খন চাই ,”ইচ-আচ” কৰিলে!ক’তা নেদেখিলো,লগ ও নাপালোএজনক ও: মোৰ হৃদয়খনৰ সৈতে ;অলপ সময়ৰ সোঁত বোৱাই দিবলৈ ,বিশ্বাস আৰু মৰমৰ বান্ধোনেৰে, হৃদয়খন জোৰ লগাবলৈ!

37: ৰ্স্বাথপৰ তুমি,অাপোন মানুহবোৰ সচাঁকৈয়ে ৰ্স্বাথপৰযেতিয়া মনত দুখ অনুভৱ কৰে তেতিয়াহে মোক মনত পেলায়………

38: তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!

39: সেই  অব্যক্ত  কথাবোৰ      মই  বিবৃতিৰ  বহীত  লিখিছো ,সেই  কমনীয়তা  মুখখনি      মই  আঁকিবলৈ  শিকিছো |

40: হৃদয় এখন আছে | যতনৰ অভাৱত চুক এটাত পৰি আছে, কাৰোবাক দিয়াৰ কথা ভাবি আছো বহুদিনৰ পৰা | আলফুলে ৰাখিব পাৰে যদি লৈ যাব পাৰে | ভয় নাখাব, pre-condition একো ৰখা নাই |

41: যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

42: সম্পৰ্ক এটা গঢ়িবলৈ বহুত সময় লাগে।কিন্ত ভাঙিবলৈ …………এক মিনিট সময়ো নালাগে।

43: নীৰৱতাৰ ভাষা যেন আকৌ বুজি উঠিছোঁ হৃদয়ৰ অব্যক্ত স্পৃহা  আকৌ শুনা পোৱা হৈছোঁ

44:
 আজি কালি মই মনখুলি হাঁহিবলৈ পাহৰি গৈছোফূৰ্তি কৰিবলৈও মোৰ ভয় লাগে কিজানি অলপ পিছতেই   ইয়াৰ বিপৰীতটো হয়গৈমনত কিবা এটা ভয় থাকে  কিবা এটা শংকা থাকেযিটো শংকা কাহানিও চাগে   আতৰেই  নহ’ব………

45: সেই  অব্যক্ত  কথাবোৰ  মই  বিবৃতিৰ  বহীত  লিখিছো ,সেই  কমনীয়তা  মুখখনি মই  আঁকিবলৈ  শিকিছো |

46: সকলোৰে দুখ থাকে, অশান্তি থাকে | কিন্তু কোনো দুখেই দুখ হৈ নাথাকে যেতিয়াই সেই দুখবোৰ মোৰ পৰা আমাৰ হৈ পৰে | পৃথিৱীৰ সকলো সুন্দৰতা অনুভৱ আৰু উপভোগ কৰিবলৈ লগত এজন মনে বিচৰা সংগীৰ প্ৰয়োজন | তোমালোক সকলোৰে দুখবোৰ মোৰ পৰা আমাৰ হোৱাৰ কামনাৰে……

47: এই আধুনিক পৃথিৱীত সকলোকে আধুনিকতা লাগে !সকলোৱে আধুনিক হবৰ মন কৰে !সকলো আধুনিকতাৰ যাত্ৰী !কিন্তু মোৰ এটা অনুৰোধ আছে যাত্ৰী সকলৰ জন্যে,যিমানেই আধুনিক হওক কথা নাইকিন্তু “মৰম”ক আধুনিক নবনাব !!কাৰণ বৰ্তমানৰআধুনিক মৰমত কৃপনালী, স্বাৰ্থ…আৰু বহুতো নীচ কথাৰে ভৰি আছেযিবোৰ কথা মই মুখেৰে ব্যক্ত কৰাত মই অপাৰগ ।

48: শিক্ষক : কণটিলৌ কচোন এনে কিপ্রজাতিৰ প্রাণী আছে যিয়ে আকাশত উৰে কিন্তু মাটিত পোৱালি জন্ম দিয়ে? কণটিলৌ : এয়াৰহোষ্টেজ ছাৰ !

49: এবাৰ মাথোঁ মোৰ মনৰ কিতাপখন মেলি চোৱা,  প্ৰথম পৃষ্ঠাৰ পৰা শেষলৈ কেৱল তুমি,তুমি আৰু তোমাৰ নামেই পাবা ।

50: যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

51: যদি তুমি প্রেম কৰিবলৈ সাজু নহয়,তেনেহ’লে প্রেমৰ অভিনয় নকৰিবা মিছাতে, কাৰো অন্তৰত প্রেম জাগৃত হ’ব পৰা আচৰণ নকৰিবা। ই প্রেমত প্রতাৰণা কৰা সৈতে একে ।

52: চকুলোৰে মালা গাথি ডাৱৰে হেন্দোলনি তুলিছে আকাশত

53: নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন

54: এই যে দৈনিক মানুহ মৰিছে,এই যে দৈনিক মানুহক মাৰা হৈছে,এই যে মানুহক পংগু বনোৱা হৈছে;এয়াই নেকি মানৱতা শেষ কৰাৰ ৰণ?এয়াই নেকি আবেগৰ লগত খেলা বল?সঁচাকৈয়ে নে এই মৃত্যু…!মৃত্যু(?) নে উগ্ৰবাদ(!)ৰ জন্ম?

55: বুজিও নুবুজানে কিমান তোমাক বিছাৰো কব খুজিও মই কবলৈ নোৱাৰো কিজানিবা আতৰি যোৱা তুমি মোৰ কাষৰ পৰা

56: জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |

57: নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন

58: তুমি বিচাৰিলে আকাশৰ জোনটো আনি দিম , তুমি ক’লে সাগৰো সাতুৰিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিঁলে দাতকেইটা ঘোচিয়াই ভাঙি দিম |

59: প্ৰেম, CRUSH এইবোৰৰ নামত  টাইটানিক  ডুব যোৱাৰ দৰে  ডুবি থকাবোৰলৈ মোৰ এটি বিনম্ৰ অনুৰোধ ,আচুৰ্য  বৰপাত্ৰৰ  ‘ইংলিছ বাইদেউ’ গানটি যেন  ভালদৰে এবাৰ শুনে ;আপোনালোকৰ উজ্জ্বল  ভৱিষ্যতৰ কামনাৰে

60: এইমাত্ৰ মোৰ হৃদয়খনত হোৱা কঁপনিৰ বেঠা তোমাক কেনেকৈ দেখুৱাওঁ,  হৃদয় কোনোবা এটা কোণত হোৱা আঘাটৰ চিন তোমাক কেনেকৈ দেখুৱাওঁ,  চকুৰ লোতকত জানো মোৰ হৃদয়ত থকা  তোমাৰ ছবি মঁচ খাই যাব,  অসুস্হ হৃদয়ৰ থৰথৰণিত চকুৰ লোতক নোলাবই বা কিয়,  মোৰ হৃদয়ত তোমাৰ স্হান কি,  তোমাক কেনেকৈ দেখুৱাওঁ?

61:
 ত্রক কাহিনী কওঁ শুনাজীৱনৰ আছিল ত্রক নজনা খেলাৰাতিৰ আকাশৰ তৰাৰ নিজানতজিকমিকনী জোনাকীপৰুৱাৰ পোহৰতআছিলো জানা এক নিশব্দ অজ্ঞাত স্হানতৰিঙিয়াই মাতিছিল স্বাতৱে সপোনৰ আৰঁতহ্দয়ৰ কাষে কাষে নৈৰ পাৰতচলাইছিল নৌকা তেজৰ সাগৰত…

62: সেই  অব্যক্ত  কথাবোৰ      মই  বিবৃতিৰ  বহীত  লিখিছো ,সেই  কমনীয়তা  মুখখনি      মই  আঁকিবলৈ  শিকিছো |

63: তাইক মোৰ মনৰ কথা ক’ব লাগিব, মোৰ সছা ভালপোৱাৰ এটা নাম দিব লাগিব, মনৰ কথা মনতে ৰাখি থলে কলিজাত এদিন বেদনাই বাহ সাজিব, মৃত্যুৰ বাহিৰে তেতিয়া জানো মোৰ অন্য পথ থাকিব, নাজানো তাইৰ পচন্দনো কি, মাঠো জানো মই তাইক সছা অন্তৰেৰে ভাল পাঁওতাই জানো মোৰ প্ৰস্তাব গ্ৰহন কৰিব, কিন্তু তাইক কম কেনেকৈ ”তুমি মোৰ প্ৰানৰ প্ৰতিমা, তাইৰ কাষলৈ গলে মই যে হৈ যাঁও বাকৰুদ্ধ, সছাকৈয়ে মোৰ প্ৰেম একোটা বৃহৎ প্ৰশ্ন…?

63: Tumi Etiya Aanor, Hazar Nijok Bujaleo, Tomar Sobi Onoborote Aahi Mor Hiya Aaguri Thake, Poth Dekhua Probhu,   Ojanite Jate Bhul Hoy Najay!

64: জীৱন আছে, কিন্তু ভৰষা নাই| আশা আছে, কিন্তু বাস্তবত নাই| মন আছে, কিন্তু ধন নাই| বন্ধু আছে, কিন্তু প্রকৃত বন্ধু নাই| আত্মীয় আছে, কিন্তু নিজৰ বুলিবৰ নাই| প্রেম আছে কিন্তু সত্য প্রকৃত প্রেমিকা নাই |

65: Bihutolit Hothat Oprotyakhito Bhabe Tomar Aaru Mor Dusokur Milon Hol, Epolokote Tumi Nohowa Hola, Aaru Mor Bukukhon Ojan Bikhe Hesa Mari Dhorile, Xeai Nohoy Jano Tomar Proti Mor Thoka Ogadh Prem!

66: ভঙা হৃদয়ৰ উচুপনিধুলিময় পথৰ ওপৰত,সৌৱা কি দেখিছো মোৰ হৃদয়খনচোনভাঙি টুকুৰা-টুকুৰ হৈ পৰি আছে!অগণন মানুহ অহা যোৱা কৰিলে বহু মানুহে ৰৈ চালে;কিছু মানুহে তেজেৰে লিপ্ত হৃদয়খন চাই ,”ইচ-আচ” কৰিলে!ক’তা নেদেখিলো,লগ ও নাপালোএজনক ও: মোৰ হৃদয়খনৰ সৈতে ;অলপ সময়ৰ সোঁত বোৱাই দিবলৈ ,বিশ্বাস আৰু মৰমৰ বান্ধোনেৰে, হৃদয়খন জোৰ লগাবলৈ!

67: যিমান সহজ “I LOVE YOU” বুলি ক‍‌’ব….সিমান টান এই শব্দ তিনিটা বুজিব ।আকৌ যিমান টান এই শব্দ তিনিটা বুজিব …তাতকৈ দুগুণ টান এই সম্বন্ধটো বচাই ৰখাটো ‌।

68:
মৌনতাৰে নিগৰে কেতিয়াবা সুখৰ পানচৈ অাৰু কেতিয়াবা সুখৰ নিজৰা হৈকাজল সনা দুচকুৰ ভাঁজেৰে …..

69: বৰষুণ …ই কেৱল এটা শব্দ নহয় ই এক আশাৰ নিজৰা,ই যেন অপেক্ষাৰ অন্ত,বুকুৰ স্পন্দন  ।নামি আহাঁ বৰষুণ তিতি – তিতি নিমগ্ন হওঁ অদূৰ ভৱিষ্যতৰ বাবে কিছু সপোন বুটলি লৈ ॥

70: জীৱনটো ৰঙীন,  মই উপভোগ কৰিব নাজানো,  সকলোতে নিচা আছে,  মই অনুভৱ কৰিব নাজানো,  মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে,

71: তুমি  বৰষুণৰ দৰে…মোৰ উকা আকাশত..ৰামধেনু আঁকি দিয়া..।।

72: যদি থাকিলা হেঁতেন তুমি মোৰ কাষতে হাতত লৈ এটি ছাতি, তিতিলো হেঁতেন আমি দুয়ো নিশাৰ বৰষুনত আজি |

73: সন্ধিয়াৰ চেঁচা বতাহজাকে আজিতোমাৰ অনুপস্থিতিকঅনুভৱ কৰালেহিমই যেন প্ৰেমৰ আতুৰতাত তৃপ্ত হৈ থকাএক অজান দেশৰ পথিক………

74: আশা যেন পখি হৈ আহা, ভৰষা যেন হৈ ৰোৱা,চকুলো হৈ নিগৰা, পৰাণ হৈ মোৰ কোহত বিয়পা ।

75: মোৰটো প্ৰেমৰ আছে অযুত কাহিনী, ভঙা নাঁও আৰু যেন গতিহীন পানী, এপাহ গোলাপ আছে কিতাপৰ মাজতে মৰহী, সেই গোলাপটো সোমাই আছে মোৰ ভালপোৱাৰ আন এক সমাধি ।

76: মোৰ আকৰ্ষণ বাঢ়িব ধৰিছে,  মোৰ প্ৰেমে আকাশ চুব ধৰিছে,  তুমি মোৰ হৈ যাবলৈ মনে অনুৰোধ কৰিছে,  এবাৰ মাথোঁ মোৰ দুবাহুৰ মাজলৈ আহা,  তোমাক মোৰ কৰাৰ যি হাবিয়াহ,  জানোচা কিছু সময় তুমি দূৰত থাকিলেও মনক বুজাব পাৰো মই ।

77:
 হৃদয়ত যেতিয়া মদৰ নিছা শিপাই গ’ল, হৃদয়ত দুখ সোমোৱা সকলো পথেই বন্ধ হৈ গ’ল, বিলাতি মদৰ নিছাই যেতিয়া মোৰ হৃদয় চুই গ’ল, তাইক নোপোৱাৰ বেদনা দেখোন চু-মন্তৰ হৈ গ’ল ।

78: অসফলতা তোমাৰ ভাগ্যৰ লিখন নহয়ই তোমাৰ কৰ্ম ফল !

79: যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

80: এই আধুনিক পৃথিৱীত সকলোকে আধুনিকতা লাগে !সকলোৱে আধুনিক হবৰ মন কৰে !সকলো আধুনিকতাৰ যাত্ৰী !কিন্তু মোৰ এটা অনুৰোধ আছে যাত্ৰী সকলৰ জন্যে,যিমানেই আধুনিক হওক কথা নাইকিন্তু “মৰম”ক আধুনিক নবনাব !!কাৰণ বৰ্তমানৰআধুনিক মৰমত কৃপনালী, স্বাৰ্থ…আৰু বহুতো নীচ কথাৰে ভৰি আছেযিবোৰ কথা মই মুখেৰে ব্যক্ত কৰাত মই অপাৰগ ।

81: জীৱনৰ বাবে প্ৰাণ জৰুৰী,  লাভৰ বাবে আশা জৰুৰী,  মোৰ জীৱনত যিমানেই দুখ নাথাকক,  তোমাৰ মুখত “হাঁহি” থকাতো জৰুৰী ।

82: শব্দই মোৰ জীৱনৰ প্ৰেৰণাকলমেই মোৰ একমাত্ৰ শক্তিতাৰ বাদে যে মোৰ আৰু একোৱে নাই….

83:
 যিমান সহজ “I LOVE YOU” বুলি ক‍‌’ব….সিমান টান এই শব্দ তিনিটা বুজিব ।আকৌ যিমান টান এই শব্দ তিনিটা বুজিব …তাতকৈ দুগুণ টান এই সম্বন্ধটো বচাই ৰখাটো ‌।

84:
 এই যে দৈনিক মানুহ মৰিছে,এই যে দৈনিক মানুহক মাৰা হৈছে,এই যে মানুহক পংগু বনোৱা হৈছে;এয়াই নেকি মানৱতা শেষ কৰাৰ ৰণ?এয়াই নেকি আবেগৰ লগত খেলা বল?সঁচাকৈয়ে নে এই মৃত্যু…!মৃত্যু(?) নে উগ্ৰবাদ(!)ৰ জন্ম?

85: মাজে মাজে সোঁৱৰণিৰ বৰষুন জাকে মোক বাৰুকৈ তিয়াই থৈ যায়।

86: প্ৰেম, CRUSH এইবোৰৰ নামত  টাইটানিক  ডুব যোৱাৰ দৰে  ডুবি থকাবোৰলৈ মোৰ এটি বিনম্ৰ অনুৰোধ ,আচুৰ্য  বৰপাত্ৰৰ  ‘ইংলিছ বাইদেউ’ গানটি যেন  ভালদৰে এবাৰ শুনে ;আপোনালোকৰ উজ্জ্বল  ভৱিষ্যতৰ কামনাৰে

87: সকলোতে তোমাক দেখো,  কিন্ত্ত কি কৰিম।  সকলোতে তোমাৰ মনত পৰে,  কিন্ত্ত কি কৰিম।  মোৰতো গোটেই ৰাতি জাগি থকাৰ অভ্যাস নাই,  তোমাৰ স্মৃতিয়েহে জগায় ৰাখে,  কি কৰিম?

88: আমি একেখন নাৱৰে যাত্ৰীকিন্তু গন্তব্যস্থান বেলেগ….

89:
প্ৰতিটো অন্ধকাৰ সভ্যতাৰ এটা বিশেষ গুৰুত্ব আছে -ই প্ৰতিটো উজ্জ্বল সভ্যতাৰ জন্মদাতা !ইতিহাসৰ পাতে পাতে ইয়াৰ উদাহৰণ আছে । তুমি যদি অন্ধকাৰত আছাচিন্তা নকৰিবা,ই হল তোমাৰ ভৱিষ্যত উজ্জ্বল জীৱনৰ এক মাৰ্গদর্শকহে মাথোঁ !

90:
 জেতুকা ৰং, কি ধকাৰ চেষ্টা তোৰ । জীৱনৰ বোজা বহন কৰা মো এই তেজাল হাত ,নে প্ৰেমৰ  আঘাটেৰে  বৈ যাব খোজা তেজৰ টোপাল

91:
#মন_যায় কেতিয়াবা এনেকুৱা লাগে যে মানবে মেঘালীক হেৰুৱাৰ দৰেমইও দিনে দিনে কবিতাৰ নিচাতবাস্তৱ হেৰাব ধৰিছোঁ !

92: মৌনতাৰে নিগৰে কেতিয়াবা সুখৰ পানচৈ অাৰু কেতিয়াবা সুখৰ নিজৰা হৈকাজল সনা দুচকুৰ ভাঁজেৰে …..

93:
 মোৰ মৰিশালিত ফুলৰ থুপা দিবলৈ নাহিবা, চাকি ধুপ-ধূনালৈ আত্মাৰ হ’ত গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাহিবা, মোলৈ সছাই মৰম আছিল যদি চকুলো নুতুকিবা, মৰিশালিৰ কাষত নিতৌ পৰ্কৰ সতে এটি হাফ বটল ৰাখিবা ।

94:
 মোৰ জীৱন এক প্ৰহেলিকা, এক ধুঁসৰ ছবি, চকুলোৰ লোটোক নিগৰে তোমাক কাখত বিছাৰি, তুমি মোক নাজাবা পাহৰি । তোমাৰ মৰম এচমকা কলামেঘ, বিষাদৰ নিজৰা তোমাৰ স্মৃতি, নাজানো মোৰ এই নাটৰ কেতিয়া পৰিব পট । জোৰোলা কৰিছে তোমাৰ স্মৃতিয়ে, সেয়েহে আকিছো মোৰ হৃদয়ৰ ভাল পোৱা মোৰ কবিতাৰ পঙ্গিতিয়ে পঙ্গিতিয়ে । আশাৰ এজাক জোনাকি হৈ, অপেক্ষৰ উৰনি গুছাই, তুমি আহিবা আৰু সম্পূৰ্ণ কৰিবা মোৰ আধৰুৱা কবিতা ।

95: তুমি থাকিলে তুমি থাকিলে;আজি হয়তো অভিমান কৰিব শিকিলোহেঁতেনতুমি থাকিলে;হয়তো হেঙুলীয়া আকাশৰ সুন্দৰতা হাঁহিত বিৰিঙিলেহেঁতেন !তুমি থাকিলে;হয়তো ৰজনীৰ নিশাবোৰ কটাবলৈ কবিতাৰ সহায় নললোহেঁতেন !তুমি থাকিলে;হয়তো আজি কান্দিব জানিলোহেঁতেন!

96: ভঙা হৃদয়ৰ উচুপনিধুলিময় পথৰ ওপৰত,সৌৱা কি দেখিছো মোৰ হৃদয়খনচোনভাঙি টুকুৰা-টুকুৰ হৈ পৰি আছে!অগণন মানুহ অহা যোৱা কৰিলে বহু মানুহে ৰৈ চালে;কিছু মানুহে তেজেৰে লিপ্ত হৃদয়খন চাই ,”ইচ-আচ” কৰিলে!ক’তা নেদেখিলো,লগ ও নাপালোএজনক ও: মোৰ হৃদয়খনৰ সৈতে ;অলপ সময়ৰ সোঁত বোৱাই দিবলৈ ,বিশ্বাস আৰু মৰমৰ বান্ধোনেৰে, হৃদয়খন জোৰ লগাবলৈ!

97: জেতুকা ৰং, কি ধকাৰ চেষ্টা তোৰ । জীৱনৰ বোজা বহন কৰা মো এই তেজাল হাত ,নে প্ৰেমৰ  আঘাটেৰে  বৈ যাব খোজা তেজৰ টোপাল

98:
 তুমি মোৰ নহলেওমৰমবোৰ চিৰন্তন থাকিব তোমালে…ভালপোৱাৰ অনুভূতি কিতুমি জীৱনত অহাতবুজিছিলো,আৰু আজি তুমিয়েশিকাই গ’লানিসংগতাৰ সংজ্ঞাজীৱন আধাবাটত মোকহঠাতে এৰি আতৰি গৈ….

99:
৮টা আচৰিত ঘটনা ১. ভাৰতত ৯৫% মানুহে গাখীৰ নাখায় ২. U.K. ত এতিয়ালৈ জোৰৱা শিশু জন্ম হোৱা নাই ৩. নেপালত মানুহে বাঘৰ সৈতে শুয়ে ৪. সাপক বতাহত দলিয়ালে ১০ মিনিট উৰি থাকে ৫. জেব্ৰাৰ কলিজা নাই ৬. হাতিৰ এদাল নোমেৰে ৩ টা মোবাইল চাৰ্জ দিব পাৰি ৭. বান্দৰে চাইনিজ কব পাৰে ৮. এইবোৰ সকলো মিছা কথা মই মাত্ৰ টাইম পাছ কৰিবলে লিখিছিলো… যিকি নহওক ইমান মনজোগেৰে পঢ়া কাৰনে ধন্যবাদ |

100:
 “কি লাগে তোমাক ,বুকুভৰা ভালপোৱা নে ভালপোৱাৰ নামত কৃত্ৰিমতা ?

101:
 ত্রক কাহিনী কওঁ শুনাজীৱনৰ আছিল ত্রক নজনা খেলাৰাতিৰ আকাশৰ তৰাৰ নিজানতজিকমিকনী জোনাকীপৰুৱাৰ পোহৰতআছিলো জানা এক নিশব্দ অজ্ঞাত স্হানতৰিঙিয়াই মাতিছিল স্বাতৱে সপোনৰ আৰঁতহ্দয়ৰ কাষে কাষে নৈৰ পাৰতচলাইছিল নৌকা তেজৰ সাগৰত…

102: আকৌ অচিনাকী হবলৈ মন নাই,আকৌ অকলশৰীয়া হিবলে মন নাই,আকৌ নিশা অকলে তৰা গণি কটাবলৈ মন নাই,আকৌ নিজকে হেৰুৱাবলে মন নাই,আকৌ অচিনাকী হবলৈ মন নাই!!

103:
যদি তুমি প্রেম কৰিবলৈ সাজু নহয়,তেনেহ’লে প্রেমৰ অভিনয় নকৰিবা মিছাতে, কাৰো অন্তৰত প্রেম জাগৃত হ’ব পৰা আচৰণ নকৰিবা। ই প্রেমত প্রতাৰণা কৰা সৈতে একে ।

104: জীৱনৰ ৩ টা সত্য কথা – ১. টকাই সকলো নহয়, ATM card আৰু VISA ও আছে ২. শ্রেণী কোঠাত হাল্লা নকৰিবা, শুই থকা বোৰে দিগদাৰ পায় ৩. আজি এই কামটো কিয় কৰা, কালি কোনো এজনে কৰিবই |

105: তাই নাহে, তাইৰ প্ৰমাণ পঠিয়াই দিয়ে,  সপোনৰ কাৰেংঘৰত অতীত পঠিয়াই দিয়ে,  কিমান মিঠা তাইৰ সেই অনুভৱৰ লেখ,  কেতিয়াবা দুচকুত চকুলো পঠিয়াই দিয়ে।

106:
নীলা চিয়াহীৰ টোপালেৰে অাকিছো এতিয়া অনুভৱবোৰক কোনোৱা অশ্বৰোহী গোপন হৃদয়ৰ দস্তাবেজত অাকিছো সমস্ত ভালপোৱাৰ বৰষুণজাকক সেই গোপন ডায়েৰিৰ অাধৰুৱা উকা পৃষ্ঠাৰ দলিচাত অমাৱশ্যাৰ সেই এন্ধাৰ নিশাৰ এন্ধাৰেৰে ধূসৰিত পোহৰৰ অালোকৰ নিগ্ধপোহৰেৰে বিষিপ্ত জোনাকীত বিলাইছো এতিয়া নিজক অাৰু সেই যে ফিৰ্-ফিৰিয়া পচোৱা বতাহজাক তাত অাকিছো সমস্ত সুখৰ দলিচাৰ দাপোনখন

107: চকুলোৰে মালা গাথি ডাৱৰে হেন্দোলনি তুলিছে আকাশত

108: যিদিনাই তুমি অাত্ম-অহংকাৰৰ বস্ত্ৰ পৰিধান কৰিবা, সিদিনাই তুমি নাঙঠ হৈ পৰিবা।

109:বুজিও নুবুজানে কিমান তোমাক বিছাৰো কব খুজিও মই কবলৈ নোৱাৰো কিজানিবা আতৰি যোৱা তুমি মোৰ কাষৰ পৰা

110:জেতুকা ৰং, কি ধকাৰ চেষ্টা তোৰ । জীৱনৰ বোজা বহন কৰা মো এই তেজাল হাত ,নে প্ৰেমৰ  আঘাটেৰে  বৈ যাব খোজা তেজৰ টোপাল

111:
সচা কৈছজুবিন দাতই যুক্তিবাদিতই এটা যুগৰ নহয়তই অসমীয়াৰ ভবিষ‍্যতৰ পৰা ভবিষ‍্যৎ দিনবোৰতো হৈ থাকিবি প্ৰাণৱন্ত।

112:
 মোৰ মৰিশালিত ফুলৰ থুপা দিবলৈ নাহিবা, চাকি ধুপ-ধূনালৈ আত্মাৰ হ’ত গতিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নাহিবা, মোলৈ সছাই মৰম আছিল যদি চকুলো নুতুকিবা, মৰিশালিৰ কাষত নিতৌ পৰ্কৰ সতে এটি হাফ বটল ৰাখিবা ।

113:সৎ কামত নিজকে অৰ্পণ কৰিবাকিন্তুঅপকর্মত নিজকে বলিদান নিদিবা

114:
জীৱনৰ  সমস্ত  সুখবোৰ  যদিহে  তুমি  DUKE  আৰু  DSLRৰতে   সীমিত ৰাখিছা  তেন্তে  মহামূৰ্খৰ  খিতাপটি  তোমাৰেই নামত…..::

115: আমি একেখন নাৱৰে যাত্ৰীকিন্তু গন্তব্যস্থান বেলেগ….

116:
প্ৰেমৰ অসুখে আমনি কৰেওৰেটো জীৱন,যেতিয়া অব্যক্ত হৈয়ে ৰৈ যায় প্ৰথম প্ৰেম…

Assamese whatsapp Love status

মাথো সাহসৰ হে কথা
আমাৰ প্ৰত্যেকৰে জীৱনত কিছুমান এনেকুৱা
কাহিনী থাকে যাৰ অন্ত আমি
নিজেই ঠিৰাং কৰো।
যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই,
সেই সম্পৰ্কৰ পৰা আঁতৰি অহায়ে ভাল,
দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ’ব।
এটা সম্পৰ্ক কিমান বছৰ পুৰণি
সেইটো ডাঙৰ কথা নহয়
এই সম্পর্কটোত তুমি কিমান সুখী
সেইটোৱেই ডাঙৰ কথা।
মই হাজাৰ জনক নিবিছাৰো
তুমি কেৱল মোৰ হৈ থাকা, মই দেখাই দিম
এজনকেই হাজাৰ ধৰনে ভাল পাব পাৰি.
প্রিয় মানুহজন যদি
অভিমানৰ ভাষাটো বুজি পালে হয়,
তেনেহলে হয়তো আৰু কোনো সম্পর্কত
বিচ্ছেদ নহল হয়.
তাৰ পিছত এদিন মায়া শেষ হৈ যাব,
এজনে মৰি যাব ভিতৰি ভিতৰি,
আনজনে বেলেগৰ লগত গৈ ভালে
থাকিব শিকি যাব।

 

Leave a Comment