assamese birthday wishes | assamese birthday wish

assamese birthday wishes | assamese birthday wishজন্মদিনৰ শুভেচ্ছা বাণী, sms অসমীয়াত। happy birthday quotes in assamese.

assamese birthday wishes

তোমালৈ জন্মদিনৰ হিয়াভঁৰা ওলগ যাঁচিলো ৷

“তোমাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী”- তাৰেই কামনাৰে মোৰ ফালৰ পৰা তোমালৈ হিয়াভঁৰা জন্মদিনৰ শুভকামনা যাঁচিলো৷

“ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক” – তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।

“তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে” – তাৰেই কামনাৰে Happy Birthday to You.

আজিৰ এই শুভ দিনটিত তোমালৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ ৷

আগন্তক প্ৰতিটো দিনে যেন তোমাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু অনাবিল আনন্দ কঢ়িয়াই আনে তাৰে কামনাৰে তোমালৈ মোৰ হিয়াভঁৰা জন্মদিনৰ শুভেঁচ্ছা যাঁচিলো৷ Happy Birthday to you.

তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা যাঁচিলো৷

তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা” – জন্মদিনৰ অলেখ শুভকামনা যাঁচিলো

জন্মদিনৰ শুভেচ্ছা

  • জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা যাছিলো মোৰ hero .ভগৱানে তোমাক কুশলে ৰাখক আগন্তক দিনবোৰলৈ ,ভগৱানক ধন্যবাদ জনাইছোঁ তোমাক সংগী কৰোৰা বাবে,আমাৰ মৰমবোৰ এনেকৈয়ে অটুট থাকে যাতে , love you.
  • শুভ জন্মদিন! আশা কৰোঁ আপোনাৰ জন্মদিনৰ সকলো আশা আৰু সপোন সঁচা হ’ব ।
  • তোমাৰ জন্মদিনৰ অযুত শুভেচ্ছা জনাইছো ৷ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ভগবানৰ ওচৰত সেৱা জনাইছো ৷ শুভ জন্মদিন ।
  • জন্মদিনৰ তোমালৈ বহুত মৰম আৰু শুভেচ্ছা থাকিল । আহি থকা দিনবোৰ তোমাৰ সুখ আৰু আনন্দৰে উপচি পৰক তাকে কামনা কৰিলো ।
  • জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ । জীৱনৰ প্ৰতিটো ক্ষণত সদায় মোৰ সাহস হৈ থাকে যেন । বহুত বহুত মৰম আপোনালৈ ।
  • জন্মদিনৰ শুভেচ্ছা যাচিলো । আশা কৰো তোমাৰ আহিব লগিয়া দিনবোৰ সুকলমে যাওঁক । তোমাৰ মনৰ কামনা পুৰ্ণ হওক । সদায় হাঁহি থাকা ।
  • জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো । বিচৰা ধৰণেই সুখী হওঁক আৰু জীৱন পথত আগুৱাই যাওঁক আপুনি । পৃথিৱীখনো সুন্দৰতকৈও অতি সুন্দৰ হওঁক আপুনি কল্পনা কৰাৰ দৰেই । মিঠা হাঁহিবোৰ বিয়পি পৰক চৌদিশে । বিচৰা সকলোখিনি পাওঁক আপুনি । আপোনাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে আপুনি মানুহৰ অন্তৰৰ গভীৰ কোনত সোমাই পৰক । আপোনাৰ ব্যক্তিত্ব আৰু আদৰ্শই সকলোকে অনুপ্ৰানিত কৰি তোলক । আপুনি সদা সজীৱ, চিৰসেউজ এটি সত্বা হৈ আজীৱন উদ্ভাসিত হৈ থাকক দাদা ৷ আপুনি সূৰ্য্য । কৰ্ম ও ব্যক্তিত্বৰে জীৱন বাটত চিৰকাল সূৰ্য্যৰ দৰে উজ্বলি থাকক । শুভ জন্মদিন ।
  • আপুনি অতীতত বিয়পাই দিয়া আনন্দ আজিৰ দিনটোত আপোনাৰ ওচৰলৈ ঘূৰি আহক। আপোনাক জন্মদিনৰ শুভেচ্ছা জনাইছো!”আজি জন্মদিনৰ শুভক্ষণত, আপোনাক প্ৰচুৰ সুখ আৰু মৰম কামনা কৰিছো। আপোনাৰ সকলো সপোন বাস্তৱলৈ ৰূপান্তৰিত হওক । জন্মদিনৰ বহু বহু শুভেচ্ছা।
  • ফুলৰ সুগন্ধৰ দৰে আপোনাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে আপোনাৰ মনৰ পদুলি উপচাই ৰাখক” – তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ ।
  • আপোনাৰ জীৱনৰ জন্মদিনৰ সোণালী ক্ষণত,আপোনাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে” – তাৰেই কামনাৰে Happy Birthday to You. আজিৰ এই শুভ দিনটিত আপোনালৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ ৷
  • “আপোনাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী”- তাৰেই কামনাৰে মোৰ ফালৰ পৰা আপোনালৈ হিয়াভঁৰা জন্মদিনৰ শুভকামনা যাঁচিলো৷
  • জন্মদিনৰ শুভেচ্ছা থাকিল তোমালৈ। সুখেৰে ভৰি পৰক তোমাৰ জীৱন।পুৰন হওঁক সপোন, ৰঙীন হওঁক জীৱন। জীৱনত বহু দূৰ আগবাঢ়ি যোৱা আৰু বহুত সুখী হৈ ৰোৱা । সকলো আশা সপোন পুৰন হওঁক তাৰেই কামনা ।
  • জন্মদিনৰ বহুতো শুভেচ্ছা আৰু মৰম তোমালৈ । মোৰ জীৱনত কলেজে দিয়া তুমি এটি অন্যতম উপহাৰ , যাৰ বাবে ৩টা বছৰৰ প্ৰতিটো দিন সুন্দৰ হৈ পৰিছিল । বিনাদ্বিধাই সকলো কথা ক’ব পৰা বান্ধৱীজনী , ধুনীয়া হাঁহিটো আজীৱন তোমাৰ সংগী হৈ ৰওক । শুভ জন্মদিন ।
assamese birthday wishes

assamese birthday wishes for sister
assamese birthday wishes for boyfriend
assamese birthday wishes for friend
assamese birthday wishes for brother

Leave a Comment