Hojai Recruitment 2022 – 30 Lab Technician & House Keeping Staff Vacancy
Hojai Recruitment 2022 – 30 Lab Technician & House Keeping Staff Vacancy – জিলা স্বাস্থ্য সমিতি (ডিএইচএছ), হোজাই জিলাখনত কোভিড-19 মহামাৰী তৃতীয় তৰংগ ব্যৱস্থাপনাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ অস্থায়ী ভিত্তিত 30 টা লেবৰেটৰী টেকনিচিয়ান আৰু হাউচ কিপিং ষ্টাফৰ খালী পদৰ নিযুক্তিৰ বাবে এক নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ইয়াত আবেদন কৰিব পাৰে। … Read more